ডিব্ৰুগড়ত ছাত্ৰীৰ বাবে আত্মৰক্ষাৰ প্ৰশিক্ষন কাৰ্য্যসুচী

ডিব্ৰুগড়ত ছাত্ৰীৰ বাবে আত্মৰক্ষাৰ প্ৰশিক্ষন কাৰ্য্যসুচী

অখিল ভাৰতীয় বিদ্যাপীঠে আয়োজন কৰে আত্মৰক্ষাৰ বিশেষ প্ৰশিক্ষন কাৰ্য্যসুচী । ২৩ অক্টোবৰ আৰু ৩০ অক্টোবৰলৈ প্ৰশিক্ষন কেৱল ১৪বছৰৰ ওপৰৰ ছোৱালী তথা ছাত্ৰী সকলৰ বাবে 'মিছন সাহসী' নামৰ আত্মৰক্ষা প্ৰশিক্ষন প্ৰদান কৰা হয় ।

এই প্ৰশিক্ষন মুল লক্ষ্যই হৈছে যিকোনো ধৰনৰ পৰিস্থিতিত নিজক ৰক্ষা কৰিব পৰা । সমাজত মহিলাৰ বিৰুদ্ধে বাঢ়ি অহা ঘটনা সমূহৰ বাবে এই প্ৰশিক্ষনৰ ব্যৱস্থা কৰা হৈছে । অনুষ্ঠান খনৰ সামৰনি অনুষ্ঠান ৩০অক্টোবৰ তথা আজি সামৰনি পৰিব চকিদিংঘি খেল পথাৰত ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com