ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলী বিজয়

ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী  ৰামেশ্বৰ তেলী বিজয়

ডিব্ৰুগড় লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী পবন সিঙ ঘাটোৱাৰক প্ৰতিহত কৰে বিজেপিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলীয়ে । ডিব্ৰুগড় পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সমষ্টি আছিল ।

ৰামেশ্বৰ তেলীয়ে ৬,৩২,১৪৭ ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী পবন সিঙ ঘাটোৱাৰে লাভ কৰে ২,৮৬,৮৭৫ ভোট ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com