তেজপুৰত বিজেপিৰ প্ৰাৰ্থী পল্লব লোচন দাসৰ বিজয়

তেজপুৰত বিজেপিৰ প্ৰাৰ্থী পল্লব লোচন দাসৰ বিজয়

তেজপুৰ লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী পল্লব লোচন দাসে কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভি কে ভানুক প্ৰতিহত কৰিবলৈ সক্ষম হয়। পল্লব লোচন দাসে মুঠ ৪,৪৫,৭৯৬ ভোট লাভ কৰাৰ বিপৰীতে এম জি ভি কে ভানুয়ে লাভ কৰে ২,৬৮,০৬০ ভোট ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com