দিনটো আৰম্ভ কৰক ৩০ জানুৱাৰী দিনটোৰ ইতিহাসেৰে

দিনটো আৰম্ভ কৰক ৩০ জানুৱাৰী দিনটোৰ ইতিহাসেৰে

প্ৰত্যেক দিনটোৰ দৰেই আজিৰ দিনটোৰো আছে বিশেষ ইতিহাস ৷ আজিৰ দিনটোতে ইতিহাসত এনেধৰণৰ কিছু ঘটনা সংঘটিত হৈছিল যিসমূহে আমাৰ দেশৰ লগতে আমাৰ সমাজক প্ৰগতিৰ পথত আগুৱাই লৈ গৈছে ৷ আৰু এই ইতিহাস সমূহৰ জৰিয়তে আপুনি বিশ্বৰ কথা জনাৰ লগতে আপোনাৰ জ্ঞানৰ ভৰাঁল চহকী কৰিব পাৰিব ৷ গতিকে আহক জানো আজিৰ দিনটোৰ ইতিহাসঃ

১৫২২ চনৰ আজিৰ দিনটোতে ডেনমাৰ্ক আৰু ল্যুবেকৰ মাজত যুদ্ধ ঘোষণা কৰে ৷

১৬৪৮ চনৰ আজিৰ দিনটোতে হলেণ্ড আৰু স্পেইনৰ মাজত শান্তি চুক্তি হয় ।

১৬৪৯ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ সম্ৰাট চাৰ্লছ প্ৰথমক ফাঁচী দিয়ে ৷

১৭৮৮ চনৰ আজিৰ দিনটোতে ব্ৰিট্টেইনৰ ৰৰজকুমাৰ চাৰ্লছ এডবৰ্ড ষ্টুৱাটৰ ৰোমত মৃত্যু হয়।

১৭৯০ চনৰ আজিৰ দিনটোতে লাইফব’টৰ আধাৰত নিৰ্মিত প্ৰথম নাওৰ টায়ন নদীত পৰীক্ষণ কৰে ৷

১৯০২ চনৰ আজিৰ দিনটোতে কোৰিয়া আৰু চীনৰ স্বাধীনতাৰ সম্পৰ্কে জাপান আৰু ব্ৰিট্টেইনৰ মাজত প্ৰথম আংগল জাপানী সন্ধিত লণ্ডনত স্বাক্ষৰিত কৰে ৷

১৯০৩ চনত লৰ্ড কাৰ্জনে মেটকাফ হলত ইম্পেৰিয়েল লাইব্ৰেৰীৰ উৎঘাটন কৰে ৷

কানাডিয়ান ন’বেল চাৰ্ভিছৰ নাম ১৯১১ চনত ৰ’য়েল কানাডিয়ান নেবী কৰে ৷

১৯১৩ চনৰ আজিৰ দিনটোতে হাউছ অফ লৰ্ডছয়ে আইৰিশ হোম ৰুল বিলক খাৰিজ কৰে ।

১৯৩৩ চনৰ আজিৰ দিনটোতে এডাল্ফ হিটলৰে আধিকাৰিক ৰূপত জাৰ্মানীত চেন্সেলৰৰ কামানৰ দায়িত্ব লয় ৷

১৯৪৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ স্বাধীনতা সংগ্ৰামত নিজৰ মহত্বপূৰ্ণ যোগদান দিয়া ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীক নাথুৰাম গ’ডছে হত্যা কৰে ৷

১৯৭১ চনৰ আজিৰ দিনটোতে ইণ্ডিয়া এয়াৰলাইন্সৰ ফেণ্ডচিপ বিমানক অপহৰণ কৰে ৷

১৯৭২ চনৰ আজিৰ দিনটোতে পাকিস্তানে ৰাষ্ট্ৰমণ্ডলৰ পৰা নিজৰ নাম ঘূৰাই লয় ৷

১৯৯৭ চনৰ আজিৰ দিনটোতে ৪৭ বছৰৰ পিছত জাতিৰ পিতা মহাত্মা গান্ধীৰ অস্থি বিসৰ্জন দিয়ে ৷

২০০৭ চনৰ আজিৰ দিনটোতে টাটায়ে এংলো ডছ ষ্টীল নিৰ্মাতা কম্পনী কোৰছ গ্ৰুপক ১২ অৰব ডলাৰতকৈও অধিক মূল্যত ক্ৰয় কৰে ৷

২০০৮ চনৰ আজিৰ দিনটোতে চেন্নাইৰ এক বিশেষ আদালতে বহুচৰ্চিত ষ্টাম ঘোটালাৰ মুখ্য অভিযুক্ত অব্দুল কৰীম তেলগীক ১০ বছৰ কাৰাদণ্ডৰে দণ্ডিত কৰে ৷

২০০৯ চনৰ আজিৰ দিনটোতে অষ্ট্ৰেলিয়া অ’পেন মিক্স ডৱল প্ৰতিযোগিতাত চানিয়া মিৰ্জা আৰু মহেশ ভূপতিয়ে ফাইনেলত প্ৰবেশ কৰে ৷

১৮৯০ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ হিন্দী সাহিত্যকাৰ জয়শংকৰ প্ৰসাদৰ জন্ম হৈছিল ৷

১৯১০ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাজনেতা,অধিবক্তা আৰু প্ৰাক্তন ৰক্ষা মন্ত্ৰী চিদাম্বৰণ সুব্ৰমণিয়ামৰ জন্ম হৈছিল। যাক ভাৰতৰ হৰিত ক্ৰান্তিৰ পিতা হিচাপে জনা যায় ৷

১৯১৩ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ভাৰতীয় মহিলা চিত্ৰকাৰ অমৃতা শেৰগিলৰ জন্ম হৈছিল ৷

১৯২৭ চনৰ আজিৰ দিনটোতে স্বীডিশ চ’চিয়েল ডেম’ক্ৰেটিক ৰাজনেতা আলোক পাল্মেৰ জন্ম হৈছিল ৷

১৫৩০ চনৰ আজিৰ দিনটোতে মেৱাড়ৰ ৰজা সংগ্ৰাম সিঙৰ মৃত্যু হয় ।

১৯৪৮ চনৰ আজিৰ দিনটোতে জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু হয় ৷

১৯৬৮ চনৰ আজিৰ দিনটোতে হিন্দী সাহিত্যকাৰ মাখন লাল চতুৰ্বেদীৰ মৃত্যু হয় ৷

১৯৬০ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ লেখক,কবি,ভাষাবিদ আৰু সম্পাদক নাথুৰাম প্ৰেমীৰ মৃত্যু হয় ৷

১৯৬০ চনৰ আজিৰ দিনটোতে ভাৰতৰ অৰ্থশাস্ত্ৰী জে চী কুমাৰপ্পাৰ মৃত্যু হয় ৷

আজি শ্বহীদ দিৱস ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com