পলকতে লোকসভা নিৰ্বাচনৰ শেহতীয়া খবৰ

পলকতে লোকসভা নিৰ্বাচনৰ শেহতীয়া খবৰ

আজি ৰাজ্যত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হৈছে৷ সম্প্ৰতি মংগলদৈ সমষ্টিত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া ৷ শইকীয়াই লাভ কৰিছে ৪০,৬৮০ টা ভোট ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছে ৩৩, ৪৭৬ টা ভোট ৷ ডিব্ৰুগড়ত অগ্ৰগতি বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলীৰ ৷ সম্প্ৰতি ১৫,৭২৫৩ টা ভোট লাভ কৰিছে ৰামেশ্বৰ তেলীয়ে৷

ইফালে কংগ্ৰেছৰ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰে লাভ কৰিছে ৭১,৪৫৫ টা ভোট । যোৰহাটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ ৷ গগৈয়ে লাভ কৰিছে ৮৮১২৮ টা ভোট আৰু কংগ্ৰেছৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঞিয়ে লাভ কৰিছে ৭৯৫৬৭ ভোট ৷

অন্য খবৰৰ বাবে পঢ়ক : ব্ৰেকিং নিউজ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com