পাকিস্থানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাৰ দিশে ইমৰান খান

পাকিস্থানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাৰ দিশে ইমৰান খান

পাকিস্থানৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা ৰাজনৈতিকবিদ ইমৰান খানৰ ৰাজনৈতিক দল পাকিস্থান-টেহৰিক-ই-ইনচাফ দলে পাকিস্থানৰ সাধাৰন নিৰ্বাচনত সংখ্যাগৰিষ্ঠ লাভ কৰি চৰকাৰ গঠন কৰাৰ কাষ চাপিছে।শেষতীয়া তথ্য অনুযায়ী অন্য দল সমূহতকৈ বহুখিনি আগবাঢ়ি ইমৰান খানৰ দলটোৰ বিজয় প্ৰায় নিশ্চিত হৈছে।দলৰ অধক্ষ্য খানে ৫ খন আসনত প্ৰতিযোগিতা আগবঢ়াই আটাইকেইখনতে বিজয় লাভ কৰিছে।বিশ্বৰ অসংখ্য চেলিব্ৰেটী,ক্ৰিকেটাৰ তথা গুনমুগ্ধই তেওঁক শুভকামনা জ্ঞাপন কৰিছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com