পুলোৱামা কাণ্ডত ডনাল্ড ট্ৰাম্পৰ প্ৰতিক্ৰিয়া

পুলোৱামা কাণ্ডত ডনাল্ড ট্ৰাম্পৰ প্ৰতিক্ৰিয়া

পুলোৱামা কাণ্ডত প্ৰতিক্ৰিয়া প্ৰকাশ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ । পুলোৱামাত জেইছ-ই-মহম্মদে সংঘটিত কৰা আক্ৰমণত ৪০ জনকৈ সেনা জোৱান নিহত হোৱা ঘটনাটো অতি ভয়াবহ বুলি প্ৰকাশ কৰিছে ডনাল্ড ট্ৰাম্পে ।

লগতে মুখপাত্ৰ ৰবাৰ্ট পালাদিন'য়ে প্ৰকাশ কৰে যে আমেৰিকা সদায় ভাৰতৰ লগত আছে আৰু পাকিস্তানক পুলোৱামা কাণ্ডৰ দোষীক শাস্তি দিবলৈ জনাই । পুলোৱামা কাণ্ডৰ পাছত দুয়োখন এছিয়াৰ দেশৰ মাজত সম্পৰ্ক পুনৰ অবনতি ঘটিছে। পাকিস্তান আৰু ভাৰতৰ মাজত এক সৌহাদ্যপুৰ্ন সম্পৰ্ক গঢ়ি উঠাটো গুৰুত্বপূৰ্ণ বুলি প্ৰকাশ কৰে ডনাল্ড ট্ৰাম্পে ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com