প্ৰতিবাদ দমনৰ বাবে গুৱাহাটী মহানগৰীত ১৪৪ ধাৰা জাৰি

প্ৰতিবাদ দমনৰ বাবে গুৱাহাটী মহানগৰীত ১৪৪ ধাৰা জাৰি

নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগলৈ সমগ্ৰ ৰাজ্য উত্তাল হোৱা সময়তে এইবাৰে ৰাজ্য চৰকাৰ প্ৰতিবাদ কাৰী সকলৰ বিৰুদ্ধে কঠোৰ হৈ উঠিছে। ৰাজ্যৰ প্ৰতিবাদ দমনৰ বাবে তৎপৰ হৈ পৰিছে আৰক্ষী-প্ৰশাসন। প্ৰতিবাদ কাৰী সকলক দমনৰ বাবে গুৱাহাটী মহানগৰীত জাৰি কৰা হ'ল ১৪৪ ধাৰা। ভঙাগড়, বশিষ্ঠ, হাতীগাঁও, দিছপুৰ, সোণাপুৰ আৰু ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত এলেকা সমূহত প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা। এতিয়াৰে পৰা ৫ জনতকৈ অধিক লোক একেলগে সমবেত হব নোৱাৰিব। সকলো ধৰণৰ ধৰ্ণা, শ্লোগানত বাধা আৰোপ কৰিব আৰক্ষীয়ে।

অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ:

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com