ৰাজ্য প্ৰশাসনত পুনৰ সাল-সলনি

ৰাজ্য প্ৰশাসনত পুনৰ  সাল-সলনি

ৰাজ্য প্ৰশাসনত পুনৰ ৰদবদল|

৮গৰাকী আবকাৰী অধীক্ষকক বদলি|

বেদাংগ ভূষণ শইকীয়াক গোলাঘাটলৈ বদলি|

শোণিতপুৰৰ আবকাৰী অধীক্ষক আছিল শইকীয়া|

হিমনজ্যোতি বৰা যোৰহাটৰ নতুন আবকাৰী অধীক্ষক|

তিনিচুকীয়াৰ আবকাৰী অধীক্ষক আছিল বৰা|

গৌৰাংগ চৌধুৰীক দৰঙলৈ বদলি|

হাইলাকান্দিৰ আবকাৰী অধীক্ষক আছিল চৌধুৰী|

কৰিমগঞ্জৰ আবকাৰী অধীক্ষকক বাক্সালৈ বদলি|

সুব্ৰত বিশ্বাসক কৰিমগঞ্জৰ পৰা বাক্সালৈ বদলি|

অজয় বায়নক ধুবুৰীলৈ বদলি|

ডিব্ৰুগড়ৰ আবকাৰী অধীক্ষক আছিল বায়ন|

বনানি হোজাইক যোৰহাটৰ পৰা তিনিচুকীয়ালৈ বদলি|

মানসজ্যোতি দাসক কৰিমগঞ্জলৈ বদলি|

ধুবুৰীৰ আবকাৰী অধীক্ষক আছিল মানসজ্যোতি দাস|

মানৱী দাসক ডিব্ৰুগড়ৰ আবকাৰী অধীক্ষকৰ দায়িত্ব|

নগাঁৱৰ আবকাৰী অধীক্ষক আছিল মানৱী দাস|

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com