প্ৰসংগঃলোকসভা নিৰ্বাচনঃ গুৱাহাটীত আগবাঢ়িছে ববিতা শৰ্মা

প্ৰসংগঃলোকসভা নিৰ্বাচনঃ  গুৱাহাটীত আগবাঢ়িছে ববিতা শৰ্মা

আজি ৰাজ্যত সপ্তদশ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হৈছে৷সম্প্ৰতি কলিয়াবৰ সমষ্টিৰ গৌৰৱ গগৈয়ে লাভ কৰিছে ১৩৬৪৬৮ টা ভোট ৷ ইয়াৰ বিপৰীতে অগ্ৰগতি লাভ কৰিছে অগপই ৷ অগপ প্ৰাৰ্থী মণি মাধৱ মহন্তই লাভ কৰিছে ১৪৮৭৭১ টা ভোট ৷ তেজপুৰত অগ্ৰগতি বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসৰ ৷ ৯৯২৭৪ টা ভোট লাভ কৰিছে পল্লৱ লোচন দাস ৷

কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভি কে ভানুৱে লাভ কৰিছে ৬৯২১৮ টা ভোট । স্বায়ত্ব শাসিত জিলা ডিফুত আগবাঢ়ি আছে বিজেপি ৷বিজেপি প্ৰাৰ্থী হৰেন সিং বে আগবাঢ়ি আছে ৪৯১৩৮ টা ভোটত আৰু কংগ্ৰেছৰ প্ৰাৰ্থী বিৰেন সিং ইংতি লাভ কৰিছে ২২৩৮১ ভোট ৷ অন্যহাতে গুৱাহাটীত আগবাঢ়ি আছে কংগ্ৰেছৰ ববিতা শৰ্মা । ববিতা শৰ্মাই লাভ কৰিছে ১১৬৮৮৮ টা ভোট ৷বিজেপি প্ৰাৰ্থী কুইন ওঝাই লাভ কৰিছে ১০৭৪৬১ ৷

অন্য খবৰৰ বাবে পঢ়ক : ব্ৰেকিং নিউজ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com