বাংগালোৰত অনুশীলনৰ সময়ত বিমান দুৰ্ঘটনা

বাংগালোৰত অনুশীলনৰ সময়ত বিমান দুৰ্ঘটনা

বাংগালোৰত অনুশীলন কৰি থকা অৱস্থাতত ২ খন সূৰ্য বিমান দুৰ্ঘটনাগ্ৰস্ত । দিনৰ ১১.৫০ ত দুৰ্ঘটনাত পতিত হয় বিমান দুখন । দুৰ্ঘটনাত ১ জন পাইলট নিহত হোৱাৰ লগতে ২ জন আহত হৈছে । এৰো ইণ্ডিয়া এয়াৰ শ্ব' ত এই দুৰ্ঘটনাত সংঘটিত হয় ।

আহত সকলক ক'মান্ড হস্পিতালত ভৰ্তি কৰোৱা হৈছে । বাংগালোৰ ভ্ৰমণৰত প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনে বায়ু সেনাৰ য়েলাহাংকা ঘাটিত উপস্থিত হৈ উদ্বেগ প্ৰকাশ কৰে । এৰো ইণ্ডিয়া ২০১৯ অনুষ্ঠিত হব ২০ ফেব্ৰুৱাৰীৰ পৰা ২৪ লৈকে ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com