বৰাকৰ কয়লা কেলেঙ্কাৰীৰ চিবিআইক দায়িত্ব প্ৰদান

বৰাকৰ কয়লা কেলেঙ্কাৰীৰ চিবিআইক দায়িত্ব প্ৰদান

খ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য সচিব আৰু গৃহ বিভাগৰ বিষয়া সকলক বৰাক উপত্যকাৰ কয়লা কেলেঙ্কাৰী তদন্তৰ দায়িত্ব চিবিআইক দিবৰ বাবে নিৰ্দেশ দিছে।মেঘালয়ৰ পৰা বৰাক উপত্যকাৰ মাজেৰে বাংলাদেশলৈ জি এছ টি ফাঁকিৰে কয়লা সৰবৰাহৰ নামত চলি থকা বিয়াগোম চিণ্ডিকেটৰ খলনায়ক আব্দুল আহাদ চৌধুৰীৰ গ্ৰেপ্তাৰ কৰা পাছত ন ন তথ্য উন্মোচিত হৈছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com