মধুমেহ ৰোগ প্ৰতিৰোধৰ বাবে কিছু সুস্বাদু ব্ৰেকফাষ্ট

মধুমেহ ৰোগ প্ৰতিৰোধৰ বাবে কিছু সুস্বাদু ব্ৰেকফাষ্ট

বেচন চিলা- বেচন চিলা মধুমেহ ৰোগ প্ৰতিৰোধৰ বাবে এক অন্যতম ব্ৰেকফাষ্ট।সতেজ পাচলিৰ সৈতেও বেচন চিলা ৰান্ধিব পৰা যায় আৰু কম পৰিমানৰ নিমখ আৰু তেল ব্যৱহাৰ কৰিব পাৰি।

মাল্টিগ্ৰেইন ইডলি- তেল ব্যৱহাৰ নকৰি ভাপত তৈয়াৰী ইডলি। মাল্টিগ্ৰেইন ইডলি তৈয়াৰ কৰিবলৈ ঘেহুঁ,ঔটছ,মেঠী,আটাৰ লগতে বীন,গাজৰ,ভিজাই ৰখা ডালি আদিৰে তৈয়াৰ কৰিব পৰা যায়।

মেঠি পৰঠা- মেঠি গছৰ পাত নাইবা কচুৰী মেঠিয়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰন কৰাত সহায় কৰে।

কটেজ চিচ পৰঠা- আমেৰিকান ডায়বেটিচ এচোশিয়েশ্বনৰ পৰা জানিব পোৱা মতে,কটেজ চিচ পৰঠা ডায়বেটিচ ৰোগী সকলৰ বাবে অন্যতম খাদ্য।

স্প্ৰাউটচ/বুট-মগু- এইবিধ খাদ্যত বহু পৰিমানে প্ৰটিন থাকে।তিয়ঁহ,বিলাহী,পিয়াঁজ,নেমু আৰু কিছু পৰিমানে নিমখ মিহলাই স্প্ৰাউটচ/বুট-মগ খাব পাৰি।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com