জম্বু কাশ্মীৰৰ বুদগামাত ভাৰতীয় বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত

জম্বু কাশ্মীৰৰ বুদগামাত ভাৰতীয় বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত

জম্মু–কাশ্মীৰৰ বদগামত ভাৰতীয় বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত। দুৰ্ঘটনাত পতিত মিগ–১৭ চপাৰ বিমান। ২ জন পাইলট নিহত হৈছে । বুদগামাৰ গাৰান্দ কালান গাঁওত দুৰ্ঘটনাতো সংঘটিত হয় । ১০,৪০ বজাত দুৰ্ঘটনাটো সংঘটিত হয় । বৰ্তমানলৈকে বিমান দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই| শ্ৰীনগৰৰ পৰা উৰা মাৰিছিল বিমানখনে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com