শিৱসাগৰত নিৰ্বাচনৰ দ্বিতীয পৰ্যায়ৰ প্ৰশিক্ষণৰ প্ৰস্তুতি

শিৱসাগৰত নিৰ্বাচনৰ দ্বিতীয পৰ্যায়ৰ  প্ৰশিক্ষণৰ প্ৰস্তুতি

সমগ্ৰ ৰাজ্যৰ দৰে শিৱসাগৰটো নিৰ্বাচনী প্ৰস্তুতি সম্প্ৰতি তুংগত ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে ১২ যোৰহাট এইপিচিৰ অন্তৰ্গত আমগুৰি এলএচি,১০৭ থোৰা এলএচি আৰু ১০৮ শিৱসাগৰ এলএচিত প্ৰশিক্ষণৰ পিছত দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ হ’ব দুই আৰু তিনি এপ্ৰিলত ৷

প্ৰশিক্ষণৰ সময়ত ইভিএম আৰু ভিভিপিএটিৰ ব্যৱহাৰ কৰি ভোটদান কৰা প্ৰক্ৰিয়াৰ সন্দৰ্ভত প্ৰশিক্ষণ দিয়া হ’ব৷এই প্ৰশিক্ষণ আমগুৰি আউনীআতী হেম চন্দ্ৰ দেৱ বিদ্যালয়ত আৰু ডিমৌ কলেজ আৰু শিৱসাগৰ কলেজত আয়োজিত কৰা হ’ব ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com