সন্দেহকাৰী ব্ৰাউন চুগাৰ জব্দ,চাৰিজনক গ্ৰেপ্তাৰ

সন্দেহকাৰী ব্ৰাউন চুগাৰ জব্দ,চাৰিজনক গ্ৰেপ্তাৰ

যোৱা সোমবাৰে ভৰলু আৰক্ষীয়ে মহানগৰীৰ এ টি ৰ'ড'ৰ ৬নং ৰেল গেটৰ পৰা চাৰিজনকৈ ড্ৰাগছ সৰবৰাহকাৰী লোকক গ্ৰেপ্তাৰ কৰে।আৰক্ষীৰ তথ্য অনুসৰি ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ পৰাা ব্ৰাউন চুগাৰে পৰিপূৰ্ণ প্লাষ্টিকৰ মোনা উদ্ধাৰ কৰে।২০-২৫বছৰ বয়সৰ সৰবৰাহকাৰী কেইজন ক্ৰমে আইনুল হক,মুস্তাক ফিজুৰ,আজিজুল মায়ফ,আৰু ৰাফিজ আলী ঘৰ গোৱালপাৰা জিলাৰ জলেশ্বৰত।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com