ৰাজীৱ ভৱনত হৰিশ ৰাৱটৰ সংবাদ মেল:উপস্থিত প্ৰদ্যুত বৰদলৈ

ৰাজীৱ ভৱনত হৰিশ ৰাৱটৰ সংবাদ মেল:উপস্থিত প্ৰদ্যুত বৰদলৈ

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তত্বাৱধায়ক হৰিশ ৰাৱটৰ সংবাদ মেল।"কাইলৈ উত্তৰ-পূবত কংগ্ৰেছে দিব পৰিৱৰ্তনৰ হুংকাৰ, উত্তৰ-পূববাসীৰ সৈতে কথা পাতিব ৰাহুল গান্ধীয়ে, ৰাহুল গান্ধীৰ নেতৃত্বত পৰিৱৰ্তনৰ বতাহ বলিছে দেশত " ৰাজীৱ ভৱনত সংবাদমেলত এই মন্তব্য হৰিশ ৰাৱাটৰ|সংবাদ মেলত উপস্থিত থাকে কংগ্ৰেছৰ জেষ্ঠ নেতা প্ৰদ্যুত বৰদলৈ|গোলাঘাট আৰু যোৰহাটৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা | সুৰাপান কৰি মৃত্যু হোৱা লোকলৈ শ্ৰদ্ধা জনাব কংগ্ৰেছে| এই কাৰ্য্যৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক আবকাৰী বিভাগত ওপৰত দোষাৰোপ কৰিবলৈ আহ্বান জনাইছে| শ্ৰদ্ধা জনাব পুলৱামাৰ ঘটনাত শ্বহীদ হোৱা জোৱানলৈও| গুৱাহাটীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কংগ্ৰেছৰ| প্ৰায় ১০ হাজাৰ কংগ্ৰেছ কৰ্মী আহিব বুলি জনালে APCCৰ কাৰ্যবাহী সম্পাদক হৰিশ ৰাৱাটে|

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com