৩০ মেৰ পৰা আৰম্ভ ক্ৰিকেটৰ মহাৰণ বিশ্বকাপ

৩০ মেৰ পৰা আৰম্ভ ক্ৰিকেটৰ মহাৰণ বিশ্বকাপ

কাইলৈ পৰা আৰম্ভ হব ক্ৰিকেটৰ মহাৰণ বিশ্বকাপ ২০১৯। কাইলৈ ৩ বজাৰ পৰা প্ৰথম খন খেল ইংলণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হব । মুঠ ৪৫ খন খেল অনুষ্ঠিত হব । প্ৰত্যেকটো দলে ৯ খন খেল খেলিব বিশ্বকাপ ২০১৯ ত। ৪ টা দল শেষ পৰ্যায়লৈকে থাকিব ।

কাইলৈ আই চিচি ক্ৰিকেট বিশ্বকাপৰ আৰম্ভণি অনুষ্ঠান লণ্ডনৰ ৱেষ্টমিনষ্টাৰৰ দ্যা মলত অনুষ্ঠিত হব । ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ এন্দ্ৰিউ ফ্লিনটন আৰু কমেডিয়ান পাডী মেকগীনিচে হষ্টটিং কৰিব আৰু প্ৰায় ৪,০০০ দৰ্শক উপস্থিত থাকিব । এই বিশ্বকাপত অংশ লব ১০ খন দেশে ।

খেল সমূহ দূৰদৰ্শন, star sports 1 আৰু 2 , Hotstar.com আৰু Hotstar app ত লাইভত সম্প্ৰচাৰ কৰিব।

অধিক খবৰৰ বাবে পঢ়ক : খেলৰ পৃথিৱী

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com