ৰাজ্যৰ নিৰ্বাচন আয়োগৰ বিশেষ পদক্ষেপ

ৰাজ্যৰ নিৰ্বাচন আয়োগৰ বিশেষ পদক্ষেপ

ৰাজ্যৰ নিৰ্বাচন আয়োগে পাঁচটা নিৰ্বাচনী ক্ষেত্ৰত পৃথকে পৃথকে ২২ ষ্টং ৰুম স্থাপন কৰিছে ৷ ইফালে ৰাজ্যত বৃহস্পতিবাৰে অনুষ্ঠিত হয় প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৷ তেজপুৰ,কলিয়াবৰ,যোৰহাট,ডিব্ৰুগড় আৰু লক্ষীমপুৰত হয় প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷

অন্যহাতে অসম আৰক্ষীৰ আৰু অন্যান্য সুৰক্ষা কৰ্মীৰ তিনি তৰপীয়া সুৰক্ষা কৰ্মীসকলে ২৪ ঘন্টাই ষ্টং ৰুমৰ তীক্ষ্ণ দৃষ্টি ৰাখিব ৷ ষ্টং ৰুমত থাকিব চিচিটিভি কেমেৰা ৷ যাতে বিভিন্ন ৰাজনৈতিক দল সমূহৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰাখিব পাৰে।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com