সীমান্ত সুৰক্ষা বাহিনীত এছিচটেন্ট কামানডেন্টৰ পদ খালী
পদৰ নামঃ এছিচটেন্ট কামানডেন্ট
অৰ্হতাঃ বি টেক/বি ই,এম বি এ/পিজিডিএম,যিকোনো বিষয়ত স্নাতক,পি জি ডিপ্ল’মা ৷
খালী হৈ থকা পদৰ সংখ্যাঃ ০১
দৰমহাঃ ৪৪,৯০০-১,৪২,৪০০
অভিজ্ঞতাঃ ১-১৫ বছৰ
আবেদনৰ শেষ তাৰিখঃ ৩১/১২/২০১৯
এই সন্দৰ্ভত অধিক জানিবলৈঃ ক্লিক কৰক