আজি চি বি এচ ইৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা

আজি চি বি এচ ইৰ দশম শ্ৰেণীৰ  ফলাফল ঘোষণা

আজি চি বি এচ ইৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা কৰে। ৩ বজাত ঘোষণা কৰা হয় ফলাফল ।

ছাত্ৰ ছাত্ৰীৰ সকলে চি বি এচ ইৰ কাৰ্যালয়ৰ ৱেবচাইট- cbseresults.nic.in আৰু cbse.nic.in ত ফলাফল সমুহ লাভ কৰিব ।

চি বি এচ ইৰ অফিচিয়েল ৱেবচাইট সমূহৰ বাদে indiaresults.com তো ফলাফল সমুহ লাভ কৰিব ।

অন্য খবৰৰ বাবে পঢ়ক :ব্ৰেকিং নিউজ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com