Begin typing your search above and press return to search.

আজি চি বি এচ ইৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা

আজি চি বি এচ ইৰ দশম শ্ৰেণীৰ  ফলাফল ঘোষণা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 May 2019 10:17 AM GMT

আজি চি বি এচ ইৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা কৰে। ৩ বজাত ঘোষণা কৰা হয় ফলাফল ।

ছাত্ৰ ছাত্ৰীৰ সকলে চি বি এচ ইৰ কাৰ্যালয়ৰ ৱেবচাইট- cbseresults.nic.in আৰু cbse.nic.in ত ফলাফল সমুহ লাভ কৰিব ।

চি বি এচ ইৰ অফিচিয়েল ৱেবচাইট সমূহৰ বাদে indiaresults.com তো ফলাফল সমুহ লাভ কৰিব ।

অন্য খবৰৰ বাবে পঢ়ক :ব্ৰেকিং নিউজ

Next Story