Begin typing your search above and press return to search.

গুৱাহাটী উচ্চ ন্যায়ালয়ত নিযুক্তি ২০২০

গুৱাহাটী উচ্চ ন্যায়ালয়ত নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 March 2020 10:00 AM GMT

গুৱাহাটী উচ্চ ন্যায়ালয়ত নিযুক্তি ২০২০

গুৱাহাটী উচ্চ ন্যায়ালয়ত জুনিয়ৰ গ্ৰেড ট্ৰানচলেটৰৰ খালী পদপূৰণৰ বাবে উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম : জুনিয়ৰ গ্ৰেড ট্ৰানচলেটৰ

পদৰ সংখ্যা: ০১

শিক্ষাগত অৰ্হতা: ৰাজ্যিক ভাষাত স্নাতকোত্তৰ, কম্পিউটাৰৰ জ্ঞান।

দৰমহা: ১৪,০০০- ৬০,৫০০/- প্ৰতি মাহ, গ্ৰেড পে ৮০০০/- টকা

বয়স সীমা: ১৮-৩৮ বছৰ(সাধাৰণ) ১৮- ৪১ বছৰ ( অ বি চি /এম অ বি চি) ১৮-৪৩ বছৰ (এছ ছি/ এছ টি), ৪৮ বছৰ( পি ডাব্লিউ ডি)

আবেদনৰ মাচুল : এচ.চি/ এচ. টি -১৫০/-, পি ডাব্লিউ ডি -Nil অন্য- ৩০০/-

নিৰ্বাচন প্ৰক্ৰিয়া: লিখিত পৰীক্ষা, সাক্ষাৎকাৰ

আবেদনৰ তাৰিখ - ১৮/০৩/২০২০, ২১/০৩/২০২০ তাৰিখলৈকে আবেদনৰ মাচুলসমূহ জমা দিব লাগিব।

কেনেদৰে আবেদন কৰিব: আবেদনকাৰী সকলে www.ghconline.gov.in ৱেবচাইটত অনলাইনযোগে আবেদনকাৰ কৰিব লাগিব।

সৱিশেষ জানিবলৈ: Click here

অন্য খবৰৰ বাবে পঢ়ক: শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয় নামটি, শিৱসাগৰত নিযুক্তি ২০২০

Next Story
চাকৰি