গুৱাহাটী উচ্চ ন্যায়ালয়ত ছিষ্টেম এচিষ্টেণ্টৰ পদ

গুৱাহাটী উচ্চ ন্যায়ালয়ত ছিষ্টেম এচিষ্টেণ্টৰ পদ

গুৱাহাটী উচ্চ ন্যায়ালয়ত ছিষ্টেম এচিষ্টেণ্টৰ পদ

অৰ্হতা : বিজ্ঞানৰ স্নাতক ,পি জি ডিপ্লোমা,ডিপ্লোমা

পদ খালী : ০৬ টা

দৰমহা : ১৪,০০০ ৰ পৰা ৬০,৫০০ টকা।

অভিজ্ঞতা : ১ ৰ পৰা 2 বছৰ

চাকৰিৰ স্থান : গুৱাহাটী

শেষ আবেদনৰ সময় : ৫/১২/২০১৯

আবেদন মূল্য: বিশেষ ভাবে সক্ষমসকলে আবেদনৰ বাবে কোনো মূল্য দিব নালাগে।এছ টি (পি) আৰু এছ টি ( এইচ) ১৫০ আবেদন মূল্য দিব লাগিব।

আবেদনকাৰীসকলে www.ghconline.gov.in যোগে আবেদন কৰিব পাৰে।

ভিডিঅ প্ৰতক্ষ্য কৰক: Eviction Drive at Railway Gandhi colony in Lumding by Railway Department

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com