Begin typing your search above and press return to search.

বিশ্ব সবাতোকৈ দামী তালাক: পত্নীক দিব লাগিব ২ লাখ ৬৬ হাজাৰ কোটি

বিশ্ব সবাতোকৈ দামী তালাক: পত্নীক দিব লাগিব ২ লাখ ৬৬ হাজাৰ কোটি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 July 2019 10:02 AM GMT

বিশ্বৰ সবাতোকৈ দামী তালাকত পৰিনত হৈছে এমেজনৰ প্ৰতিস্থাপক জেফ বেজোছৰ তালাক । এমেজনৰ প্ৰতিস্থাপক জেফ বেজোছে পত্নীক দিব লাগিব ২ লাখ ৬৬ হাজাৰ কোটি টকা । বৰ্তমান এমেজনৰ প্ৰতিস্থাপক জেফ বেজোছৰ তালাকৰ প্ৰশংগয়ে তীব্ৰ চৰ্চা লাভ কৰিছে । লগতে বিশ্বৰ সবাতোকৈ দামী তালাক হিচাপে পৰিগণিত হৈছে ।

বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি এমেজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ পত্নী মেকেঞ্জী বেজোছে স্বামীৰ পৰা তালাকৰ বিনিময়ত লাভ কৰিব ২ লাখ ৬৬ হাজাৰ কোটি । এয়া বিশ্বৰ সবাতোকৈ দামী তালাকৰ ঘটনা হিচাপে পৰিগণিত হৈছে । জেফ বেজোছ এমেজনৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া। মেকেঞ্জী আৰু জেফৰ বিবাহ প্ৰায় ২৬ বছৰ পূৰ্বে হৈছিল।১৯৯৩ চনত বিবাহপাশত আবদ্ধ হৈছিল জেফ বেজোছ আৰু মেকেঞ্জী। ইয়াৰ পিছতে জেফ বেজোছে আৰম্ভ কৰিছিল এমেজন।

উল্লেখযোগ্য যে, মেকেঞ্জী এগৰাকী লেখিকা। তালাকৰ পিছত তেওঁ বিশ্বৰ চতুৰ্থগৰাকী ধনী মহিলা হিচাপে পৰিচিত হ’ব।উল্লেখযোগ্য যে, ১৯৯৩ চনত বিবাহপাশত আবদ্ধ হৈছিল জেফ বেজোছ আৰু মেকেঞ্জী। ইয়াৰ পিছতে জেফ বেজোছে আৰম্ভ কৰিছিল এমেজন।

ব্লুমবাৰ্গ বিলিয়নেয়াৰ্ছ ইনডেক্সৰ মতে, তালাকৰ বাবে নিজৰ পত্নীক ২ লাখ ৬৬ হেজাৰ কোটি টকা দিয়াৰ পিছতো এমেজনৰ মালিক জেফ বেজোছ ১১৮ আৰব ডলাৰ সম্পত্তিৰে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হৈ থাকিব।

বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ ৪৯ বছৰীয়া পত্নী মিচেচ বেজোছ তালাকৰ পাছতো বিশ্বৰ চতুৰ্থ ধনী মহিলা হিচাপে পৰিগণিত হব । তাৰোপৰি মিচেচ বেজোছে স্বামী জেফ বেজোছৰ পৰা তালাক নিশ্চিত হ'লে তেওঁ আধা অংশ চেৰিটিক দিব বুলি প্ৰকাশ কৰে।

এটা ব্লগত আধা অংশ প্ৰদানৰ কথা উল্লেখ কৰিছে মেকেঞ্জীয়ে । " The Giving Pledge organisations" ৱেবচাইটত তে

মিচেচ বেজোছে এই কথা নিশ্চিত কৰে । উল্লেখযোগ্য যে, এই সংগঠনটো ৱাৰেন বোফেট আৰু বিল গেট্চ প্ৰতিষ্ঠা কৰিছিল ।

বৰ্তমান এমেজনৰ প্ৰতিস্থাপক জেফ বেজোছৰ তালাকৰ প্ৰশংগয়ে তীব্ৰ চৰ্চা লাভ কৰিছে । লগতে বিশ্বৰ সবাতোকৈ দামী তালাক হিচাপে পৰিগণিত হৈছে ।

মেকেঞ্জী আৰু জেফৰ বিবাহ প্ৰায় ২৬ বছৰ পূৰ্বে হৈছিল।১৯৯৩ চনত বিবাহপাশত আবদ্ধ হৈছিল জেফ বেজোছ আৰু মেকেঞ্জী। ইয়াৰ পিছতে জেফ বেজোছে আৰম্ভ কৰিছিল এমেজন। বৰ্তমান এমেজনৰ প্ৰতিস্থাপক জেফ বেজোছৰ তালাকৰ প্ৰশংগয়ে তীব্ৰ চৰ্চা লাভ কৰিছে ।

অধিক খবৰৰ বাবে পঢ়ক:মাত্ৰ ৩০ টকা বিচৰাৰ বাবে পত্নীক মাৰ-পিট কৰাৰ লগতে তিনি তালাক দিয়ে স্বামীয়ে

Next Story
চাকৰি