Begin typing your search above and press return to search.
কেন্দ্রীয় বিদ্যালয় মালিগাঁৱত শিক্ষকৰ পদত নিযুক্তি ২০২০

কেন্দ্রীয় বিদ্যালয় মালিগাঁৱত শিক্ষকৰ পদত নিযুক্তি ২০২০
কেন্দ্রীয় বিদ্যালয় মালিগাঁৱত ঠিকাভিত্তিক শিক্ষকৰ পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
পদৰ নাম : বিষয় শিক্ষক, প্ৰশিক্ষত স্নাতক শিক্ষক, প্ৰাথমিক শিক্ষক।
সাক্ষাৎকাৰৰ তাৰিখ: ২১/০২/২০২ ৰ পৰা ২৮/০২/২০২০ লৈকে।
অধিক জানিবৰ বাবে প্ৰাৰ্থী সকলে https://maligaon.kvs.ac.in ত যোগাযোগ কৰিব পাৰে।
সবিশেষ জানিবলৈ : click here
অন্য খবৰৰ বাবে পঢ়ক :নৱজ্যোতি কলেজ,কলগাচিয়াত নিযুক্তি ২০২০
Next Story