চাকৰি

নেশ্যনেল ইষ্টিটিউড অফ ফাৰ্মাটিকেল এডুকেশ্যন আৰু ৰিছাৰ্চত বৈজ্ঞানিক বিষয়াৰ পদ খালী

নেশ্যনেল ইষ্টিটিউড অফ ফাৰ্মাটিকেল এডুকেশ্যন

নেশ্যনেল ইষ্টিটিউড অফ ফাৰ্মাটিকেল এডুকেশ্যন আৰু ৰিছাৰ্চত বৈজ্ঞানিক বিষয়াৰ পদ খালী

পদৰ নামঃ বৈজ্ঞানিক বিষয়া

অৰ্হতাঃ এম ফিল/পি এইচ,ডি,এম এচ চি,এমএচ/এম ডি,এম ফাৰ্ম

খালী হৈ থকা পদৰ সংখ্যাঃ ০১

দৰমহাঃ প্ৰতি মাহে ৫০,০০০ টকা

অভিজ্ঞতাঃ ০-১

আবেদনৰ শেষ তাৰিখঃ ১৮/০৬/২০১৯

এই সন্দৰ্ভত অধিক জানিবলৈঃ ক্লিক কৰক