Begin typing your search above and press return to search.

অসমৰ সংঘামিত্ৰা ডেকাই উজ্বলিল মিছ এণ্ড মিছেচ গ্লোবেল ইউনিভাৰ্চ কনটেষ্ট ২০১৯-২০

অসমৰ সংঘামিত্ৰা ডেকাই উজ্বলিল মিছ এণ্ড মিছেচ গ্লোবেল ইউনিভাৰ্চ কনটেষ্ট ২০১৯-২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Dec 2019 10:34 AM GMT

অসমৰ সংঘামিত্ৰা ডেকাই উজ্বলিল মিছ এণ্ড মিছেচ গ্লোবেল ইউনিভাৰ্চ কনটেষ্ট ২০১৯-২০। সংঘামিত্ৰা ডেকা, গুৱাহাটীৰ মডেলিং জগতৰ এক প্ৰমুখ সদস্য , যিয়ে ২৮ ডিচেম্বৰ তাৰিখৰ পৰা হোৱা ১ ডিচেম্বৰ তাৰিখলৈ মাউন্ট লাভিনিয়া হোটেল, কলোম্বোত অনুষ্ঠিত হোৱা মিছ এণ্ড মিছেচ গ্লোবেল ইউনিভাৰ্চ কনটেষ্ট ২০১৯-২০ ত দ্বিতীয় ৰাণাৰ্চাপৰ খিতাপ দাখিল কৰিবলৈ সক্ষম হয়। লগতে এই একেই অনুষ্ঠানতে সংঘামিত্ৰাই এলিগেন পুৰস্কাৰো লাভ কৰে ।

সংঘামিত্ৰা ডেকাই এই সৌন্দৰ্য প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিছিল যি পৰ্যটন মন্ত্ৰালয় শ্ৰী লংকাৰ দ্বাৰা সমৰ্থিত আছিল । সংঘামিত্ৰি ডেকা স্বৰ্গীয় কনক চন্দ্ৰ ডেকা আৰু ইৰা ডেকাৰ জীয়ৰী।

সংঘামিত্ৰাই শ্ৰী গীতাৰ্থ ভূঞাৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল আৰু তেওঁলোকৰ এঞ্জেলিনা ভূঞা নামৰ এগৰাকী ছোৱালীও আছে ।

মডেলিঙৰ উপৰিও সংঘামিত্ৰা আন বহু সামাজিক কাম কাজত জড়িত হৈ আছে।

অন্য খবৰৰ বাবে পঢ়ক : লোহিত খাৱলু এলেকা বিকাশৰ দাবীত স্থানীয় ৰাইজ, দল সংগঠনৰ বৃহৎ প্ৰতিবাদী আন্দোলন

ভিডিঅ প্ৰতক্ষ্য কৰক: Indigenous people would not be affected by the Citizenship Bill at all: CM Sonowal

Next Story
চাকৰি