সৰুপথাৰ মহাবিদ্যালয় গোলাঘাটত নিযুক্তি ২০২০

সৰুপথাৰ মহাবিদ্যালয় গোলাঘাটত নিযুক্তি ২০২০

সৰুপথাৰ মহাবিদ্যালয় গোলাঘাটত নিযুক্তি ২০২০

গোলাঘাটৰ সৰুপথাৰ মহাবিদ্যালয় সহকাৰী অধ্যাপক পদত নিয়োগ কৰিবলৈ উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: সহকাৰী অধ্যাপক( ইংৰাজী, অৰ্থনীতি, বুৰঞ্জী)

পদৰ সংখ্যা: ০৫

শিক্ষাগত অৰ্হতা: UGC ৰ অধীনত NET/SLET/SET উৰ্ত্তীণ হব লাগিব।

কেনেদৰে আবেদন কৰিব:প্ৰাৰ্থীসকলে আবেদনসমূহৰ সৈতে ২৫০০/- টকা ডিমান্ড ড্ৰাফ্ট যোগে অধ্যক্ষ সসৰুপথাৰ মহাবিদ্যালয় , সৰুপথাৰৰ হৈ এছ বি আই সৰুপথাৰ শাখাত ১৩/০৩/২০২০ তাৰিখৰ ভিতৰত পঠাব লাগিব।

ঠিকনা: অধ্যক্ষ, সৰুপথাৰ মহাবিদ্যালয় , ডাকঘৰ- সৰুপথাৰ, জিলা- গোলাঘাট, পিন- ৭৮৫৬০১

আবেদনৰ শেষ তাৰিখ: ১৩/০৩/২০২০

সৱিশেষ জানিবলৈ: Click here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com