উজনি অসমৰ ধাৰাবাহিক বিস্ফোৰণৰ দায়িত্ব স্বীকাৰোক্তি আলফা (স্বাধীন)ৰ

উজনি অসমৰ ধাৰাবাহিক বিস্ফোৰণৰ দায়িত্ব স্বীকাৰোক্তি আলফা (স্বাধীন)ৰ

উজনি অসমৰ ধাৰাবাহিক বিস্ফোৰণৰ দায়িত্ব স্বীকাৰোক্তি আলফা (স্বাধীন)ৰ । ৭১ সংখ্যক গণতন্ত্ৰ দিৱসৰ ৰাতিপুৱা উজনি অসমত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিলে আলফা অৰ্থাৎ সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) এ ।

এক প্ৰেছ বিবৃতিত আলফা( স্বাধীন) এ এই কথা স্পষ্ট ভাৱে প্ৰকাশ কৰে যে গণতন্ত্ৰ দিৱসৰ দিনা উজনি অসমত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণ আলফা (স্বাধীন) এ সংঘটিত কৰাইছিল।

উল্লেখযোগ্য যে গণতন্ত্ৰ দিৱসৰ ৰাতিপুৱা সোণাৰি, দুলিয়াজান, ডুমডুমা, ডিব্ৰুগড়ত সংঘটিত হৈছিল বিস্ফোৰণ।বিস্ফোৰণ কাণ্ড সংঘটিত হোৱাৰ পিছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছিল।

ভিডিঅ প্ৰতক্ষ্য কৰক: Ajmal Foundation distributes 10 Computers to Axom Sahitya Sabha in Guwahati

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com