অৰ্জুন কাপুৰলৈ আইতাকে চিঠিত কি লিখিলে?অৰ্জুনে সোনকালে বিবাহ পাশত আৱদ্ধ হ'ব নেকি বাৰু?

অৰ্জুন কাপুৰলৈ আইতাকে চিঠিত কি লিখিলে?অৰ্জুনে সোনকালে বিবাহ পাশত আৱদ্ধ হ'ব নেকি বাৰু?

অৰ্জুন কাপুৰ আৰু পৰিনীতি চোপ্ৰা একেলগে দেখা পোৱা আহিবলগীয়া ছবি 'নমস্তে ইংলেণ্ড'ত।চলিত বৰ্ষৰ ১৯অক্টোবৰত মুক্তি পাব ছবি খনে।ইয়াৰ আগতেও দুয়োকে "ইস্কবাজ"ছবি খনত দেখা পোৱা গৈছিল,আৰু অফ-স্ক্ৰীনত দুয়োকে অতি সুন্দৰ দেখা হৈছিল আৰু তেওঁলোক দুয়োজন বাস্তৱত এক গভীৰ বন্ধুত্ব বজায় ৰাখিছে। অৰ্জুন আৰু পৰিনীতিয়ে ছবি খনৰ প্ৰমোচন অতি সুন্দৰ ভাৱে কৰাইছে আৰু এই কথা তেওঁলোকৰ অনুৰাগী সকলেও ভাল পাইছে।কেৱল অনুৰাগী নহয় অৰ্জুন কাপুৰৰ আইতাকেও সেই একে ধৰনৰ ভাৱ মনলৈ আনিছে।

কিছুদুন পূৰ্ৱে 'বম্বে টাইমছ'ত প্ৰদান কৰা এক সাক্ষাৎকাৰত অৰ্জুনে মত প্ৰকাশ কৰে যে,অৰ্জুন আৰু পৰিনীতিৰ অন-স্ক্ৰীন কেমেষ্টি তথা সম্পৰ্কও আইতাকে পছন্দ কৰিছে।ইয়াৰ উপৰিও তেওঁলোক দুয়োজন বাস্তৱ জীৱনত বিবাহ পাশত আৱদ্ধ হ'ব লাগে বুলি মত প্ৰকাশ কৰে আইতাকে।

অৰ্জুনে মত প্ৰকাশ কৰি কয় যে,"After watching Namaste England s trailer, dadi said that out of my all co-stars, I look best with onscreen with Parineeti. She thinks Parineeti is the perfect bride for me in real life as well." That's sweet, say! How can we forget her birthday gift for Arjun wherein she asked him to get married ASAP! The actor had shared a pic of the same writing, "When ur Dadi s gift is a threat & request along with a bribe & command all rolled into one !!!

আইতাকৰ কথাৰ মত প্ৰকাশ কৰি অৰ্জুনে কয় যে,কিছুদিন পূৰ্ৱে তেওঁঁলোকৰ পৰিয়ালত দুখনকৈ বিয়া অনুষ্ঠিত হৈ যায়,ইয়াৰ পিছত অৰ্জুনৰ ভগ্নী অনশুলাৰ বিয়া হ'ব তাৰপিছত জাহ্নৱী আৰু খুচী,তাৰ পৰৱৰ্ত্তী সময়তহে অৰ্জুনে বিবাহ পাশত আবদ্ধ হ'ব বুলি মত প্ৰকাশ কৰে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com