উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা: প্ৰথম বিভাগত উত্তীৰ্ণ হিমা দাস

উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা: প্ৰথম বিভাগত উত্তীৰ্ণ হিমা দাস

আজি উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰা হৈছে । উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাত এটা বিষয়ত লেটাৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ স্বৰ্ণ কন্যা হিমা দাস

হিমা দাসে ৫০০ নম্বৰৰ ভিতৰত ৩৪৯ নম্বৰ লাভ কৰিছে । অসমীয়া বিষয়ত ৮৪ নম্বৰ সহ লেটাৰ নম্বৰ লাভ কৰে ।

হিমা দাসে ইংৰাজীত ৬৩ , ৰাজনীতি বিজ্ঞানত ৭৫ নম্বৰ লাভ কৰাৰ লগতে শিক্ষাত ৬৭ , ঐচ্ছিক অসমীয়াত ৬০ আৰু ভূগোলত ৪৬ নম্বৰ লাভ কৰে ।

অন্য খবৰৰ বাবে পঢ়ক : ব্ৰেকিং নিউজ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com