কফি উইথ কৰন-৬ ; ৰনবীৰ সিং আৰু অক্ষয় কুমাৰ ইনষ্টাৰ জৰিয়তে প্ৰকাশিত ফটো

কফি উইথ কৰন-৬ ; ৰনবীৰ সিং আৰু অক্ষয় কুমাৰ ইনষ্টাৰ জৰিয়তে প্ৰকাশিত ফটো

এইবাৰৰ কফি উইথ কৰন-৬ ত একেলগে দেখা পোৱা গল বলীউদৰ সকলোৰে প্ৰিয় তাৰকা দুগৰাকী অক্ষয় আৰু ৰনবীৰ সিংক । কৰন জহৰৰ এই ৰিয়েলিটি অনুষ্ঠানটিত দুয়ো গৰাকী তাৰকা একেলগে অতিথি হিচাপে নিমন্ত্ৰন কৰা হ'ল ।

ইয়াৰ পূৰ্বে অক্ষয় কুমাৰে নিজৰ পত্নী টুইংকল খান্নাৰ সৈতে শেষৰ কৰন উইথ কফি অনুষ্ঠানটিত অতিথি হিচাপে উপস্থিত আছিল । অনুষ্ঠানৰ পিছত অক্ষয় কুমাৰ আৰু কৰন জহৰে প্ৰকাশ কৰিলৈ সেই মূহৰ্ত ফটো দুখন,,,,,

https://www.instagram.com/p/BomHHuFAyyZ/?utm_source=ig_embed

https://www.instagram.com/p/BomXGV1lAty/?utm_source=ig_embed

https://www.instagram.com/p/BomkPGQhtsv/?hl=en&taken-by=ranveersingh

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com