কোকৰাঝাৰ জিলাত গুণোৎসৱ-২ৰ আয়োজন

কোকৰাঝাৰ জিলাত গুণোৎসৱ-২ৰ আয়োজন

কোকৰাঝাৰ জিলাত দ্বিতীয় বাৰলৈ অক্টোবৰৰ ৮ তাৰিখৰ পৰা ১১ তাৰিখলৈ অনুষ্ঠিত হ'বলগীয়া গুণোৎসৱৰ আয়োজন কৰিছে শিক্ষা বিভাগ,বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদে। এই উৎসৱ মুঠ ১৬ খন জিলাত অনুষ্ঠিত কৰা হ'ব ।

বড়োলেণ্ডদ শিক্ষা বিভাগে জনোৱা মতে,গুণোৎসৱৰ সকলো কাম-কাজ তথা ব্যৱস্থাপনাৰ আয়োজন কৰা হৈ গৈছে । কোকৰাঝাৰৰ ডিআইপিআৰঅ' গগন নাৰ্জাৰীয়ে জানিবলৈ দিয়ে যে,৪৮০গৰাকী বাহ্যিক মূল্যায়নকৰ্তা আৰু লগতে ২৮৬ গৰাকী যোগাযোগ কৰ্তাক ছেপ্তেম্বৰৰ ১২,১৩,১৪ আৰু ২৬ তাৰিখলৈ প্ৰশিক্ষন প্ৰদান কৰিছিল ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com