জিৰ; শ্বাহৰুখ খানে প্ৰকাশ কৰিলে অনুষ্কা আৰু কেটৰিনাৰ সৈতে প্ৰীতিকৰ পোষ্টাৰ

জিৰ; শ্বাহৰুখ খানে প্ৰকাশ কৰিলে অনুষ্কা আৰু কেটৰিনাৰ সৈতে প্ৰীতিকৰ পোষ্টাৰ

অভিনেতা শ্বাহৰুখ খান,কেটৰিনা কাঈফ আৰু অনুষ্কা শৰ্মাৰ একেলগে অভিনীত ছবি জিৰ' ছবি খনৰ পোষ্টাৰ প্ৰকাশ কৰিলে শ্বাহৰুখে । অনুষ্কা আৰু কেটৰিনাৰ সৈতে থকা পোষ্টাৰ প্ৰকাশ অভিনেতা জনৰ ।

অনুষ্কাৰ সৈতে প্ৰকাশ কৰা ফটো খন কেপছন দিছে এইদৰে; "Iss poori duniya mein, meri barabari ki ek hi toh hai... #ZeroPoster" । ছবি খনৰ ট্ৰেইলাৰ মুকলি হ'ব শ্বাহৰুখ খানৰ ৫২সংখ্যক জন্মদিনৰ দিনা খন অৰ্থাৎ অহা ২নবেম্বৰত ।

https://www.instagram.com/p/Bpm_Y25gVnG/?hl=en&taken-by=iamsrk

https://www.instagram.com/p/Bpm_iHggxet/?hl=en&taken-by=iamsrk

ইয়াৰোপৰি অভিনেত্ৰী অনুষ্কা শৰ্মাইও পোষ্টাৰ ফটো প্ৰকাশ কৰিলে ইনষ্টাৰ জৰিয়তে । অনুষ্কাই কেপছনত লিখিছে এইধৰনে;"Dekhiye toh zara! Abhi tak haan naa kuch bhi nahi bola hai isey, aur phir bhi kitna khush lag raha hai?

Waise jodi buri nahi hai :) kya kehte ho?

#ZeroPoster @iamsrk @aanandlrai @katrinakaif @redchilliesent @cypplofficial

https://www.instagram.com/p/Bpm5RkDHhsw/?taken-by=anushkasharma

জানিব পৰা তথ্যানুসৰি ছবি খন ছাইনাটো মুকলি হ'ব । নিৰ্দেশক আনন্দ এল ৰায়ৰ ছবি খন এই বৰ্ষৰ অহা ডিচেম্বৰৰ ২১তাৰিখে মুক্তি পাব ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com