তেজপুৰত ঘৰচীয়া হাতীৰ সন্ত্ৰাস

তেজপুৰত ঘৰচীয়া হাতীৰ সন্ত্ৰাস

তেজপুৰৰ ঘগৰা চাহ বাগিছাত বনাঞ্চলৰ পৰা আহি প্ৰৱেশ কৰা এটা ঘৰচীয়া হাতীয়ে আতংকৰ সৃষ্টি কৰিছে অঞ্চলটোত । খাদ্যৰ সন্ধানত হাতীটোৱে ঘৰ দুৱাৰ ভাঙি তহিলং কৰাৰ লগতে এসময়ৰ পোহনীয়া হাতীটোৱে সন্ত্ৰাস সৃষ্টি কৰা বাবে বনবিভাগক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে । গৃহস্থৰ ঘৰ এৰি বনত থাকিবলৈ লোৱা হাতীটোক লৈ বিমোৰত পৰিছে অঞ্চলবাসী । হাতীটো খেদিবলৈ নিতৌ বন বিভাগে ঘগৰা চাহ বাগিছাত বাহৰ পাতিছে যদিও এই পৰ্যন্ত হাতীটোক বনাঞ্চললৈ খেদি পঠিয়াব পৰা নাই ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com