নিউয়ৰ্কত প্ৰিয়ংকা চোপ্ৰা আৰু নিক জনাচ য়েল্ল-য়েল্ল,ফটো

নিউয়ৰ্কত প্ৰিয়ংকা চোপ্ৰা আৰু নিক জনাচ য়েল্ল-য়েল্ল,ফটো

শীঘ্ৰে বিবাহ পাশত আৱদ্ধ হব প্ৰিয়ংকা আৰু নিক। যোৱাৰাতি দুয়োকে একেলগে একে ৰঙৰ হালধীয়া কাপোৰ পৰিধান কৰা দেখা পোৱা গ'ল নিউয়ৰ্কৰ ৰাস্তাত । প্ৰিয়ংকাই পৰিধান কৰিছে মাটীয়া(ব্ৰাউন) ৰঙৰ টৰটেলনেক টপৰ সৈতে কলা ৰঙৰ পেণ্ট আৰু হালধধীয়া ৰঙৰ অভাৰ চাইজ অৰ্থাৎ ডাঙৰ কোট আনহাতে নিকে পিন্ধিছে হালধীয়া টি-চাৰ্টৰ সৈতে গ্ৰে ৰঙৰ কোট আৰু নীলা ৰঙৰ ডেনিমচ ।তলত ফটো প্ৰকাশ কৰা হ'ল………

https://www.instagram.com/p/BpVz4d0hain/?utm_source=ig_embed

https://www.instagram.com/p/BpVyYPEg_JC/?utm_source=ig_embed

https://www.instagram.com/p/BpV9tRFA5ux/?utm_source=ig_embed

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com