প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন্ত্ৰীসভাৰ তালিকাঃগৃহ মন্ত্ৰীৰ দায়িত্বত অমৃত শ্বাহ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন্ত্ৰীসভাৰ তালিকাঃগৃহ মন্ত্ৰীৰ দায়িত্বত অমৃত শ্বাহ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নতুন মন্ত্ৰীসভাই বৃহস্পতি বাৰে ৰাষ্ট্ৰপতি ভৱনত শপত গ্ৰহণ কৰা পিছত আজি ঘোষণা হৈছে নতুন মন্ত্ৰীসকলৰ দায়িত্ব ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন্ত্ৰী সভাত ৰাজনাথ সিঙে প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্ব লাভ কৰে ৷ অমিত শ্বাহক গৃহ মন্ত্ৰীৰ দায়িত্ব দিয়া হয় ।

নিৰ্মলা সীতাৰমণক দিয়া হয় বিত্ত মন্ত্ৰ্যালয়ৰ দায়িত্ব ৷ এচ জয়শংকৰক দিয়া হয় বিদেশ মন্ত্ৰীৰ দায়িত্ব ৷ নীতিন গাডকাৰীক দিয়া হয় পথ পৰিবহন৷ স্মৃতি ইৰানীক দিয়া বস্ত্ৰ,মহিলা আৰু শিশু কল্যান বিকাশৰ দায়িত্ব দিয়া হৈছে ৷ ইফালে নৰেন্দ্ৰ সিং তোমৰে লাভ কৰে কৃষি মন্ত্ৰীৰ দায়িত্ব ৷ হৰ্ষবৰ্দ্ধনে লাভ কৰে স্বাস্থ্য আৰু পীয়ুষ গোৱেলে ৰেল মন্ত্ৰীৰ দায়িত্ব লাভ কৰে ৷ চাওঁ আহক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন্ত্ৰীসভাৰ তালিকাঃ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীঃ ব্যক্তিগত,ৰাজহুৱা অভিযোগ,পেঞ্চন, আণৱিক শক্তিকে আদি কৰি বহু কেইটা বিভাগ ৷

ৰাজনাথ সিংঃ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়

অমিত শ্বাহঃ গৃহ বিভাগ

নীতিন গাডকাৰীঃ পথ পৰিবহন,ঘাই পথ আৰু ক্ষুদ্ৰ উদ্যোগ ৷

ডিভি সদানন্দ গৌড়াঃ খনি আৰু সাৰ

নিৰ্মলা সীতাৰমনঃ বিত্ত,কৰ্প’ৰেট পৰিক্ৰমা দপ্তৰ ৷

ৰামবিলাস পাছোৱানঃ উপভোক্তা পৰিক্ৰমা,খাদ্য আৰু ৰাজহুৱা বিতৰণ

নৰেন্দ্ৰ সিং তোমৰঃ কৃষি আৰু কৃষক কল্যাণ,গ্ৰামীণ বিকাশ আৰু পঞ্চায়তীৰাজ মন্ত্ৰ্যালয় ৷

ৰবিশংকৰ প্ৰসাদঃ আইন,যোগাযোগ মন্ত্ৰ্যালয়

হৰছিমৰত কৌৰ বাদলঃ খাদ্য প্ৰস্ততি কৰণ

থাৱৰ চান্দ গেহলটঃ সামাজিক ন্যায়

ড° এছ জয়শংকৰঃ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়

ৰমেশ পোখৰিয়াল নিশাংকঃ মানৱ সম্পদ উন্নয়ন মন্ত্ৰ্যালয় ।

অৰ্জুণ মুণ্ডঃ জনজাতি পৰিক্ৰমা বিভাগ

স্মৃতি ইৰানীঃ মহিলা আৰু শিশু কল্যান বিভাগ

ড° হৰ্ষবৰ্ধনঃ স্থাস্থ্য পৰিয়াল কল্যাণ,বিজ্ঞান প্ৰযুক্তি আৰু ভূ বিজ্ঞান বিভাগ

প্ৰকাশ জাৱড়েকাৰঃ পৰিবেশ,বন,তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়

পীয়ুষ গোৱেলঃ ৰেল,বাণিজ্য আৰু উদযোগ মন্ত্ৰ্যালয় ৷

ধৰ্মেন্দ্ৰ প্ৰধানঃ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ ৷

প্ৰহ্লাদ যোশীঃ সংসদীয় পৰিক্ৰমা,কয়লা আৰু খনি

মহেন্দ্ৰ নাথ পাণ্ডেঃ দক্ষতা বিকাশ আৰু উদ্যমশীলতা

মুখতাৰ আব্বাছ নাকভিঃ সংখ্যালঘু পৰিক্ৰমা দপ্তৰ

ৰামেশ্বৰ তেলীঃ খাদ্য সংশোধন

সন্তোষ কুমাৰ গংগোৱাৰঃ শ্ৰম আৰু নিয়োগ মন্ত্ৰী

ৰাও ইন্দ্ৰজিৎ সিংঃ পৰিকল্পনা ,পৰিসংখ্যা কাৰ্যসূচী ৰূপায়ণ ৷

শ্ৰীপাদ য়েচ’ নাইকঃ আয়ুৰ্বেদ,প্ৰাকৃতিক চিকিৎসা, হোমিঅ’পেথিক, ৰাজ্যিক প্ৰতিৰক্ষা

জিতেন্দ্ৰ সিংঃ ড’নাৰ

কিৰেণ ৰিজিজুঃ যুৱ পৰিক্ৰমা,ক্ৰীড়া, সংখ্যালঘূ পৰিক্ৰমা

প্ৰহ্লাদ সিং পেটেলঃ সাংস্কৃতিক,পৰ্যতন দপ্তৰ

ৰাজকুমাৰ সিংঃ শক্তি,নবীকৰণ,বিকাশ আৰু উদ্যমশীলতা বিভাগ

হৰদ্বীপ সিং পুৰীঃ গৃহ নিৰ্মাণ,নগৰ পৰিক্ৰমা,অসামৰিক বিমান পৰিবহন,বাণিজ্য আৰু উদ্যোগ

মনসুখ লাল মান্দভিয়াঃ ৰাসায়নিক,সাৰ,জাহাজ দপ্তৰ

ফগনসিং কুলস্তেঃ তীখা দপ্তৰৰ ৰাজ্য মন্ত্ৰী

অশ্বিনী চৌবেঃ স্বাস্থ্য পৰিয়াল কল্যাণৰ ৰাজ্য মন্ত্ৰী

অৰ্জুণ ৰাম মেঘৱালঃ সংসদীয় পৰিক্ৰমা,গুৰু উদ্যোগ ৰাজহুৱা প্ৰতিষ্ঠান

ভি কে সিংঃ ৰাজ্যিক পথ পৰিবহন

শ্ৰীকৃষ্ণণ প’লঃ সামাজিক ন্যায়

ডানৱে ৰাওচাহেবঃ উপভোক্তা,খাদ্য আৰু জনকল্যান

কিষাণ ৰেড্ডীঃ গৃহ

পুৰুষোত্তম ৰুপালাঃ কৃষি আৰু কৃষক কল্যান

ৰামদাস আথাৱালেঃ সামাজিক ন্যায়

সাধবী নিৰঞ্জন জ্যোতিঃ গ্ৰামীণ বিকাশ

বাবুল সুপ্ৰিয়ঃ পৰিবেশ,বন আৰু জলবায়ু পৰিৱৰ্তন

সঞ্জীৱ কুমাৰ বালিয়ানঃ পশুপালন,মৎস্য পালন,ডায়েৰী

সঞ্জয় ধোত্ৰেঃ মানৱ সম্পদ বিভাগ,প্ৰযুক্তি আৰু আইটী

অনুৰাগ ঠাকুৰঃ বিত্ত,কৰ্পৰেট বিভাগ

সুৰেশ চানাবাচাৱাঃ ৰেল

নিত্যানন্দ ৰায়ঃ গৃহ

ৰতনলাল কাটাৰিয়াঃ জল,সামাজিক ন্যায়

ভি মুৰুলীধৰনঃ বিদেশ

ৰেণুকা সিং চৰুতাঃ জনজাতি

সোম প্ৰকাশঃ বানিজ্য আৰু উদ্যোগ

প্ৰতাপচন্দ্ৰ সাৰেংগীঃ পশুপালন,ডায়েৰী,মৎসপালন

কৈলাশ চৌধুৰীঃ কৃষি আৰু কৃষক কল্যান

দেৱশ্ৰী চৌধুৰীঃ মহিলা আৰু শিশু কল্যান ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com