প্ৰিয়ংকা চোপ্ৰাই ইনষ্টাৰ জৰিয়তে প্ৰকাশ 'লাচ ভেগাচ'ৰ ফটো

প্ৰিয়ংকা চোপ্ৰাই ইনষ্টাৰ জৰিয়তে প্ৰকাশ 'লাচ ভেগাচ'ৰ ফটো

গল্ডেন হাৰ্ট এৱাৰ্ড অনুষ্ঠানৰ পিছতে প্ৰিয়ংকা চোপ্ৰাক দেখা পোৱা গ'ল এক বিশেষ ৰূপত । নিজ ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে প্ৰকাশ কৰিছে "লাচ ভেগাচ'ৰ কেইখন মান সুন্দৰ ফটো ।

প্ৰিয়ংকাৰ মতে; সুখী তথা হাঁহি থকা ছোৱালী সদায়ে ধুনীয়া হয় ।আৰু এই কথাৰ প্ৰমান দিলে তলত প্ৰকাশ কৰা ফটো কেইখনে । প্ৰিয়ংকাক অলপতে দেখা পোৱা গ'ল লঢ়চ ভেগাচত,কোৱাণ্টিক' অভিনেত্ৰী প্ৰিয়ংকাই প্ৰকাশ কৰিলে কিছুমান সুন্দৰ ফটো । প্ৰিয়ংকাই পৰিধান কৰিছে ষ্টিভেন খলিল ঊল টেইলৰ্ডৰ জেকেটৰ সৈতে শ্ৰী অৰগেঞ্জা স্কাৰ্ট

https://www.instagram.com/p/BpI2xw2DCms/?utm_source=ig_embed

https://www.instagram.com/p/BpIYfmADQNY/?taken-by=priyankachopra

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com