শিল্পা চেত্তীয়ে আয়োজন কৰা দিপাৱলীৰ অনুষ্ঠানত নামী-দামী তাৰকা সকলৰ আগমন;ফটো

শিল্পা চেত্তীয়ে আয়োজন কৰা দিপাৱলীৰ অনুষ্ঠানত নামী-দামী তাৰকা সকলৰ আগমন;ফটো

দুদিন পিছত সমগ্ৰ দেশত পালন কৰা হ'ব পোহৰৰ উৎসৱ দিপাৱলী আৰু ইয়াৰ বাবে সকলোৱে কৰিছে বিভিন্ন ধৰনৰ প্ৰস্তুতি । নিজৰ ঘৰ খনক আটক-ধুনীয়াকৈ সজাই পোহৰ কৰি তোলাৰ প্ৰয়াস কৰিছে বিভিন্ন প্ৰকাৰে । এই ক্ষেত্ৰত বলীউড তাৰকা সকলৰ কথাই বেলেগ । প্ৰতিবছৰৰ দৰে এইবাৰো ব্যতিক্ৰম নহ'ল চেলিব্ৰেটিচ সকলৰ মাজত । দিৱালীৰ পূৰ্বে (প্ৰি-দিৱালী) আয়োজন কৰিলে দিৱালীৰ অনুষ্ঠান । বলীউড জগতৰ বহু কেইগৰাকী চেলিব্ৰেটিচে আয়োজন কৰিলে দিপাৱলীৰ পাৰ্টী ।

যোৱা দিনত চলমান খানৰ পৰা আৰম্ভ কৰি শ্বাহৰুখ খান আৰু অবু জানী সন্দিপ খোচলায়ে নিজৰ বাসগৃহত দিপাৱলীৰ এক গ্ৰেণ্ড চেলিব্ৰেচন কৰা দেখা পোৱা গৈছে । যোৱা ৰাতি দিপাৱলীৰ পাৰ্টী তথা অনুষ্ঠানৰ আয়োজন কৰিলে মোহময়ী অভিনেত্ৰী শিল্পা চেত্তীয়ে । আৰু এই অনুষ্ঠানত বি-টাউনৰ নিজৰ বিশেষ বন্ধু সমূহক দিলে নিমন্ত্ৰন ।

জানিব পাৰি যে,শিল্পাই আয়োজন কৰা এই অনুষ্ঠানত বলীউড তাৰকা সকলে খুউব কৰিলে মজা । অনুষ্ঠানত উপস্থিত আছিল অৰৱাজ খান,জৰ্জিয়া এনড্ৰিয়ানি,কৰন কুন্দ্ৰা,ভুষন কুমাৰ,দিব্যা খোচলা,আধি বহুতো ।

শিল্পাই দিৱালীৰ এই বিশেষ অনুষ্ঠান চিলভাৰ ৰঙৰ সাজ পৰিধান কৰে । আৰু কৰন কুন্দ্ৰাই নীলা ৰঙৰ কুৰ্টা আৰু বগা ৰঙৰ চুৰিদাৰ পাইজামা । তলত ফটো প্ৰকাশ কৰা হ'ল……………

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com