সম্পন্ন হ'ল প্ৰিঞ্ছ নৰুলা আৰু য়ুভিকা চৌধুৰীৰ আঙুঠি পিন্ধোৱা কাৰ্যসূচী,ফটো আৰু ভিডিঅ'

সম্পন্ন হ'ল প্ৰিঞ্ছ নৰুলা আৰু য়ুভিকা চৌধুৰীৰ আঙুঠি পিন্ধোৱা কাৰ্যসূচী,ফটো আৰু ভিডিঅ'

যোৱা নিশা বিগ বছ-৯ ৰ জনপ্ৰিয় তথা বিজয়ী প্ৰিঞ্ছ আৰু য়ুভিকাৰ আঙুঠি পিন্ধোৱা কাৰ্যসূচী সম্পন্ন হৈ যায় । দুয়োৱে বিগ বছ ঘৰতে লগ পায় আৰু লাহে লাহে প্ৰিঞ্ছে য়ুভিকাৰ প্ৰেমত পৰে ।পৰম্পৰা মেহেন্দিৰ পিছতে তেওঁলোক দুয়োৱে বিবাহৰ দিশত এটা ষ্টেপ অৰ্থাৎ বিবাহ পাশত আৱদ্ধ হ'বলৈ আগবাঢ়ে । য়ুভিকাই অতি সুন্দৰ ইণ্ডিয়ান ৰঙা ৰঙৰ গাউন পৰিধান কৰে আৰু প্ৰিঞ্ছে বগা ৰঙৰ চেৰৱানী পৰিধান কৰিছে,তলত সুন্দৰ ফটো আৰু ভিডিঅ' প্ৰকাশ কৰা হ'ল,,,,,,,,

https://www.instagram.com/p/BoyUuJgnl3V/?hl=en&taken-by=princenarula

https://www.instagram.com/p/BoyNHeggSmY/?utm_source=ig_embed

https://www.instagram.com/p/BoyLEjRl0cZ/?utm_source=ig_embed

https://www.instagram.com/p/BoyK5T4FHT5/?utm_source=ig_embed

https://www.instagram.com/p/BoyKspDl54p/?utm_source=ig_embed&utm_campaign=embed_video_watch_again

https://www.instagram.com/p/Bowm1mzB8Ib/?utm_source=ig_embed

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com