হেপ্পী বাৰ্থ দে' পৰিনীতি; জন্মদিন উপলক্ষে অভিনেত্ৰী গৰাকীৰ শৈশৱৰ কিছু ফটো

হেপ্পী বাৰ্থ দে' পৰিনীতি; জন্মদিন উপলক্ষে অভিনেত্ৰী গৰাকীৰ শৈশৱৰ কিছু ফটো

"নমস্তে ইংলেণ্ড"ৰ অভিনেত্ৰী পৰিনীতি চোপ্ৰাৰ আজি ৩০ সংখ্যক জন্মদিন । হাৰিয়ানাৰ আম্বালাত জন্ম পোৱা অভিনেত্ৰী গৰাকীৰ অভিনয়ে সকলোৰে মন জয় কৰিবলৈ সক্ষম হোৱাৰ লগতে বলীউড জগত খনত নিজৰ নাম প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে । ভিন্ন ছবি যেনে; 'লেডিছ ভাৰ্চেছ ৰিকি ভেল',ইষ্কবাজ,সুদ্ধ দেশী ৰোমাঞ্চ,হাসী তো ফাচী আৰু নতুন ছবি নমস্তে ইংলেণ্ড আদি ছবি সমূহত মুল চৰিত্ৰত অভিনয় কৰি নিজৰ প্ৰতিভা উজলাবলৈ সক্ষম হৈছে । অভিনেত্ৰী গৰাকীৰ জন্মদিন উপলক্ষে শৈশৱ কালৰ তথা সৰু কালৰ কেইখন মান ফটো তলত প্ৰকাশ কৰা হ'ল…………

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com