ৰাধিকা আপটে,স্বৰা ভাস্কৰ আৰু চোহা আলী খানৰ সুন্দৰ কইনা সাজত;ফটো আৰু ভিডিঅ'

ৰাধিকা আপটে,স্বৰা ভাস্কৰ আৰু চোহা আলী খানৰ সুন্দৰ কইনা সাজত;ফটো আৰু ভিডিঅ'

বলীউডত চলিছে বিয়াৰ বতৰ । বলীউডত দুখনকৈ অনুষ্ঠিত হ'ব গ্ৰেণ্ড বিবাহ অনুষ্ঠান । হয়,আমি সকলোৱে জানো,বিবাহ পাশত আৱদ্ধ হ'বলৈ গৈ আছে দিপীকা-ৰনবীৰ সিং আৰু প্ৰিয়ংকা-নিক জনচ ।

এই সকলোবোৰক বাদ দি আমি অলপতে মুক্তি পোৱা 'বাজাৰ' ছবিৰ অভিনেত্ৰী ৰাধিকা আপটেক কইনাৰ সাজত ৰেম্পত খোজ দিয়া দেখা পোৱা গ'ল 'ৱেডিং জংছন ফেষ্টিভ'ৰ অনুষ্ঠানত ।

কলা ৰঙৰ কাপোৰত সোনালী ৰঙৰ কাম কৰা স্কাৰ্ট আৰু একে ৰঙৰ টপ পৰিধান কৰিলে ৰাধিকাই। আৰু কলা ৰঙৰ শ্ৰেৰ দুপাত্তা ।

https://www.instagram.com/p/BpcE0G5HC0u/?hl=en&taken-by=radhikaofficial

আনহাতে,"ৰং দে বচন্তী" ছবি খনৰ অভিনেত্ৰী চোহা আলী খানে পৰিধান কৰিছে ৰঙা ৰঙৰ লেহেংগাৰ সৈতে গুলপীয়া ৰঙৰ দুপাত্তা পৰিধান কৰিছে ।

https://www.instagram.com/p/BpZu5N0hUBV/?hl=en&taken-by=sakpataudi

https://www.instagram.com/p/Bpa1hqBhj52/?hl=en&taken-by=sakpataudi

https://www.instagram.com/p/BpZJypPh2wM/?hl=en&taken-by=sakpataudi

"বীৰে দি ৱেডিং"ৰ স্বৰা ভাস্কৰে পৰিধান কৰিছে কলা ৰঙৰ লেহেংগা । স্বৰা আৰু ৰাধিকাৰ সাজ যোৰত প্ৰায় একে সোনালী ৰঙৰে এম্ব্ৰদাৰীৰ কাম কৰা হৈছে ।

https://www.instagram.com/p/BpcjsR8Hh5H/?hl=en&taken-by=reallyswara

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com