ৰাজ্যৰ বান সমস্যাক ৰাষ্ট্ৰীয় দুৰ্যোগৰূপে ঘোষণাৰ দাবী অৰ্ণব গোস্বামীৰ

কেন্দ্ৰীয় চৰকাৰে অসমৰ বান দুৰ্যোগক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰা উচিত। কাৰণ প্ৰতিবছৰে মানুহে দুৰ্ভোগ ভুগি আহিছে