অসম আৰক্ষীত নিযুক্তি ২০২০

 অসম আৰক্ষীত নিযুক্তি ২০২০

অসম আৰক্ষীত নিযুক্তি ২০২০

পদৰ নাম- আৰক্ষী কণিষ্টবল ( যোগাযোগ)

পদৰ সংখ্যা- ৮০২

বয়স - ১৮ ৰ পৰা ২৫।

শিক্ষাগত অৰ্হতা- স্বীকৃতি প্ৰাপ্ত বোৰ্ড কাউন্সিলৰ পৰা বিজ্ঞান শাখাত ( পদাৰ্থ বিজ্ঞান, ৰাসায়ন বিজ্ঞান, গণিত)দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব।

অভিজ্ঞতা - এবছৰৰ অভিজ্ঞতা ইলেক্ট্ৰনিকচ টেলিকমিউশিকেছন, কম্পিউটাৰ। ।

দৰমহা - ১৪,০০০ ৰ পৰা ৪৯,০০০

পদৰ নাম- আৰক্ষী কণিষ্টবল (ইউ বি)

পদৰ সংখ্যা- ০৩

বয়স - ১৮ ৰ পৰা ২৫।

শিক্ষাগত অৰ্হতা- স্বীকৃতি প্ৰাপ্ত বোৰ্ড কাউন্সিলৰ পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব।

দৰমহা - ১৪,০০০ ৰ পৰা ৪৯,০০০

পদৰ নাম- আৰক্ষী কণিষ্টবল (মেনেজাৰ)

পদৰ সংখ্যা- ০৭

বয়স - ২০ ৰ পৰা ২৪

শিক্ষাগত অৰ্হতা- স্বীকৃতি প্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা দশম শ্ৰেণীত উৰ্ত্তীণ হ'ব লাগিব লগতে ড্ৰাইভিং লাইচেন্স থাকিব লাগিব।

দৰমহা - ১৪,০০০ ৰ পৰা ৪৯,০০০

পদৰ নাম- আৰক্ষী কণিষ্টবল (কাৰপেন্টাৰ)

পদৰ সংখ্যা- ০১

বয়স - ১৮ ৰ পৰা ২৫

শিক্ষাগত অৰ্হতা- স্বীকৃতি প্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা দশম শ্ৰেণীত উৰ্ত্তীণ হ'ব লাগিব

দৰমহা - ১৪,০০০ ৰ পৰা ৪৯,০০০

বাচনি প্ৰক্ৰিয়া: Physical Standards Tests (PST) and Physical Efficiency Tests (PET). ৰ সহায়ত প্ৰাৰ্থী বাচনি কৰা হ'ব।

কেনেদৰে আৱেদন জনাব: ইচ্ছুক প্ৰাৰ্থীয়ে SLPRB ৰ ৱেবছাইট www.slprbassam.in আৱেদন জনাব পাৰিব।

অন্তিম তাৰিখ- ১৫-০৩-২০২০

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com