অইল ইণ্ডিয়া লিমিটেডত নিযুক্তি :-

অইল ইণ্ডিয়া লিমিটেডত নিযুক্তি :-

অইল ইণ্ডিয়া লিমিটেডত নিযুক্তি :-

অইল ইণ্ডিয়া লিমিটেডত লিয়াইচন বিষয়াৰ (liaison officer ) ফৰনটিয়াৰ বেচিনত হ্ৰস্বকালীন চুক্তিত নিযুক্তিৰ পথ মুকলি কৰিছে ।basis in its OALP ,DSF NELP and nominated by 06 (six) months at a time up to a maximum period of 02 years.OIL (PSU) ৰ অবসৰপ্ৰাপ্ত লোকৰ বাবে আবেদন মুকলি কৰা হৈছে ।

তলত গুৰুত্বপূৰ্ণ তথ্য সমুহ উল্লেখ কৰা হৈছে -

পদৰ নাম - liaison Officer

পদৰ সংখ্যা - ১

দৰমহা - ৪০০০০ প্ৰতি মাহত

বয়স - ৬৫ তকৈ বেছি হ'ব নালাগিব (২৮/২/২০২০ লৈকে)

নিযুক্তিৰ স্থান - ডিব্ৰুগড়

অন্তিম তাৰিখ - ২৮/২/২০২০

ঠিকনা - GM (personal) personal department ,oil india Limited ,Duliajan ,Dibrugarh ,Assam

নিৰ্বাচন প্ৰক্ৰিয়া - ব্যক্তিগত নিৰ্বাচন কমিতি ৰ লগত কথা বাৰ্তাৰ যোগেদি ।

আগ্ৰহী প্ৰাৰ্থীসকলে নিদ্ধাৰিত ফৰমেতত আবেদন পত্ৰখন পুৰন কৰি পাৰচ'নেল ডিপাৰতমেণ্ট ,অইল ইণ্ডিয়া লিমিতেডত ,দুলিয়াজান , ডিব্ৰুগড় ,অসম -৭৮৬৬০২ লৈ প্ৰেৰন কৰিব লাগিব ।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com