সংবিধানত ইতিমধ্যেই ইণ্ডিয়াক ভাৰত বুলি কোৱা হৈছে : উচ্চতম ন্যায়ালয়

সংবিধানত ইতিমধ্যেই ইণ্ডিয়াক ভাৰত বুলি কোৱা হৈছে : উচ্চতম ন্যায়ালয় কিছুদিন পূৰ্বে দিল্লীৰ এজন ব্যক্তিয়ে দেশৰ নাম ইণ্ডিয়াৰ পৰিৱৰ্তে ভাৰত কৰাৰ আৰ্জিৰে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল ৷ কালি ২...