অইল ইন্ডিয়া লিমিটেড ত নিযুক্তি ২০২০

অইল ইন্ডিয়া লিমিটেড ত নিযুক্তি ২০২০

অইল ইন্ডিয়া লিমিটেড ত নিযুক্তি ২০২০

অইল ইন্ডিয়া লিমিটেড ত ৰাসায়নবিদ ৰ কেইবাটাও পদৰ বাবে ইচ্ছুক পাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে।

* পদৰ নাম: ৰাসায়নবিদ

পদৰ সংখ্যা:২

যোগ্যতা- M.Sc, B.Tech/ Be

স্হান: গুৱাহাটী

দৰমহা: ৪৫০০০)প্ৰতি মাহ

বয়স সীমা: ৱাক্ ইন ইনটাৰভিউ পদ সমূহৰ বয়স ৬৫ বছৰ অনুৰ্ধ।

তাৰিখ- ০৮/০২/২০২০

প্ৰাৰ্থীসমূহে ৱাক্ ইন ইনটাৰভিউ ৰ বাবে উল্লেখিত নথিপত্ৰ সমূহ অনাটো জৰুৰি।

*বাইঅ ডাটা ফৰ্ম

*অৰিজনেল মাৰ্কশ্বীট,চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট এষ্কপিৰেনচ চাৰ্টিফিকেট

*চেলফ এটেষ্টেড মাৰ্কশ্বীট, চাৰ্টিফিকেট ফটোকপি

*২খন পাছপোর্ট ফটো

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com