বিষয়া নিযুক্তিৰ বাবে 'ছেবি'ৰ আবেদন আহ্বান

এ-গ্ৰেড বিষয়া নিযুক্তিৰ বাবে ভাৰতীয় শ্বেয়াৰ বজাৰ তদাৰক(ছেবি)সংস্থাই আবেদন বিচাৰিছে।