এনফৰ্চমেন্ট ডিৰেক্টৰেটে জম্বু কাশ্মীৰত ৭ হিজবুল সন্ত্ৰাসবাদীৰ সম্পতি বাজেয়াপ্ত কৰিছে

এনফৰ্চমেন্ট ডিৰেক্টৰেটে জম্বু কাশ্মীৰত ৭ হিজবুল সন্ত্ৰাসবাদীৰ সম্পতি বাজেয়াপ্ত কৰিছে

এনফৰ্চমেন্ট ডিৰেক্টৰেটে জম্বু কাশ্মীৰত ৭ হিজবুল সন্ত্ৰাসবাদীৰ সম্পতি বাজেয়াপ্ত কৰিছে| এনফৰ্চমেন্ট ডিৰেক্টৰেটে জম্বু কাশ্মীৰত থকা ৭ জন হিজবুল মুজাহিদিন সন্ত্ৰাসবাদীৰ ১৩ টা সম্পতি বাজেয়াপ্ত কৰিছে । জম্বু কাশ্মীৰত সন্ত্ৰাস বিৰোধী অভিযান অব্যাহত ৰাখিছে । এই অভিযানতে হিজবুল মুজাহিদিনৰ ৭ জন সন্ত্ৰাসবাদীৰ ১৩ সম্পতি বাজেয়াপ্ত কৰিছে এনফৰ্চমেন্ট ডিৰেক্টৰেটে ।

PMLA এক্টৰ অধিনত মহম্মদ শ্বাফি শ্বাহৰ লগতে আন ৬ জন সন্ত্ৰাসবাদীৰ ১.২২ কোটি টকাৰ সম্পতি বাজেয়াপ্ত কৰে এনফৰ্চমেন্ট ডিৰেক্টৰেটে ।

NIA য়ে দাখিল কৰা শ্বাৰ্টচিটৰ ভিত্তিতে তদন্তকাৰী সংস্থায়ে শ্বাহ, তালিব লালি, মহম্মদ য়ুউচুভ, গোলাম নবি খান , ওমাৰ ফাৰুক শ্বেৰা, মাঞ্জৰ আহমেদ ধাৰ আৰু মুস্তাক আহমেদক অসাংবিধানিক কাৰ্যকলাপ লিপ্ত হোৱাৰ গোচৰত অনুসন্ধান অব্যাহত ৰাখিছে । শ্বাহে অসাংবিধানিক ভাবে ধন বিতৰণ কৰিছিল, লালি, মুজাফৰ ধাৰ আৰু ল'ন বৰ্তমান তিহাৰ জেলত বন্দী হৈ আছে ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com