এছ অ' পি ডিৰ অধীনত কামৰ বাবে গড়কাপ্টানী(পথ)ৰ নিবিদা আহ্বান

এছ অ' পি ডিৰ অধীনত কামৰ বাবে গড়কাপ্টানী(পথ)ৰ নিবিদা আহ্বান

                                                                                                    নিবিদা আহ্বান কৰি প্ৰেছ টোকা

গড়কাপ্টানী (পথ)ৰ মুখ্য অভিযন্তাই অসমৰ ৰাজ্যপালৰ হকে ২০২০-২১ত এছ অ পি ডি (জি), অসম দৰ্শনৰ অধীনত আনুমানিক ৯৮৮.৪৩ লাখ টকাৰ পথৰ নিৰ্মাণ/উন্নয়নৰ কামৰ বাবে নিবিদা আহ্বান কৰিছে। পাঁচটা পেকেজত এই কাম বৰপেটা, ডিব্ৰুগড়, কোকৰাজাৰ আৰু ওদালগুৰিত হব। ইয়াৰ সবিশেষ assamtenders.gov.in আৰু নিম্নোক্ত স্বাক্ষৰকাৰীৰ কাৰ্যালয়ত ১৭-০৯-২০২০ৰ পৰা ২৮-০৯-২০২০লৈ কাৰ্যালয় চলি থকাৰ সময়ত পাব।

স্বাক্ষৰঃ মুখ্য অভিযন্তা,

গডকাপ্টানী(পথ), অসম

চান্দমাৰী, গুৱাহাটী-৩। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com